Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বাক্য ৰচনা কৰাঃ (ক) স্বাধীন চিন্তা (খ) জ্যোতিষশাস্ত্ৰ (গ) পোৰা মাটি (ঘ) বাহিৰে-ভিতৰে।

(ক) স্বাধীন চিন্তাঃ বৰ্তমান সময়ত স্বাধীন চিন্তাৰ মনোভাৱৰ লোক বহুত কমেই পোৱা যায়।

(খ) জ্যোতিষশাস্ত্ৰঃ উজ্জয়িনী বিশ্ববিদ্যালয়ত জ্যোতিষশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল।

(গ) পোৰা মাটিঃ অসমৰ ভিতৰত গৌৰীপুৰ পোৰা মাটি ভাস্কৰ্য্যৰ বাবে বিখ্যাত অঞ্চল।

(ঘ) বাহিৰে-ভিতৰেঃ নালন্দা বিশ্ববিদ্যালয়ত বাহিৰে- ভিতৰে মিলি দহ হাজাৰ ছাত্ৰ আছিল।

Write Your Answer