Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বাক্য ৰচনা কৰাঃ চিনাকি-অচিনাকি, অলীক-সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।

চিনাকি-অচিনাকিঃ ইন্টাৰনেটৰ জৰিয়তে চিনাকি-অচিনাকি বহুতো লোকক লগ পোৱা যায়।

অলীক-সপোনঃ ভালদৰে পঢ়া-শুনা নকৰি চৰকাৰী চাকৰি পাব বিচৰাটো অলীক-সপোনৰ লেখিয়া।

নাকে-মুখেঃ বিদ্যালয়লৈ যোৱাৰ সময়ত সদায় নাকে-মুখে এমুঠি গুজি যাবলগীয়া হয়।

পৰীক্ষা-নিৰীক্ষাঃ ইন্টাৰনেটৰ জৰিয়তে মীনাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে শিকি ল'লে।

Write Your Answer