Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বিক্রমশীলা বিশ্ববিদ্যালয়ৰ বিষয়ে চমুটোকা লিখা।

বিক্রমশীলা বিশ্ববিদ্যালয় খ্ৰীষ্টীয় ৮ম শতিকাৰ পৰা ১২ শতিকাৰ ভিতৰত বিদ্যমান আছিল। ইয়াত ছটা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। বিশ্ববিদ্যালয়ৰ গাৰ পৰা ছাত্রবিলাক বিনা খৰচে খাই আৰু থাকি শিক্ষা লাভ কৰিছিল। এই বিশ্ববিদ্যালয়ত বৌদ্ধ শিক্ষা আৰু সাধাৰণ কলাবিদ্যা শিকোৱা হৈছিল। ৪০০ বছৰৰ পাছত এই বিশ্ববিদ্যালয় নষ্ট হয়।

Write Your Answer