Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তোলাৰ কাৰণে কোন কেইজন চিন্তানায়ক সক্ৰিয় হৈছিল?

সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, বিপিনচন্দ্র পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু, আৰু বামেন্দ্ৰ সুন্দৰ ত্রিবেদী আদি চিন্তানায়ক সক্ৰিয় হৈছিল।

Write Your Answer