Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বংগ, বিহাৰ আৰু উৰিষ্যা কেনেকৈ একত্ৰিত হৈছিল?

এলাহাবাদ সন্ধিৰ (1765) যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত ৰাজনৈতিক কর্তৃত্ব লাভ কৰাৰ দ্বাৰা এই তিনিওটা অঞ্চল একত্ৰিত হৈছিল।

Write Your Answer