বংগ ভংগৰ আঁচনীৰ দ্বাৰা ইংৰাজ শাসনৰ উদ্দেশ্য আছিল ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক সংখ্যালঘুত পৰিণত কৰি সাম্প্রদায়িক মনোভাবৰ বিস্তাৰ ঘটোৱা।