Kenekoi.com
জানিব খোজাৰ নতুন ঠিকনা
বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ
‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰৱন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?
বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?
আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যবস্থাটোক কি বুলি কোৱা হয় ?
যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?
ড॰ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।
'সপোনত পোৱা ঔষধ' ৰোগীয়ে কিয় ব্যবহাৰ কৰা অনুচিত?
বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?
মুকলি মন মানে কি?
ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে ?
আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল ?
‘আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱেই হ’ল বিজ্ঞান’ – কথাষাৰ বুজাই লিখা।
বৈজ্ঞানিক মানসিকতা মানে কি ? বুজাই লিখা।
বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?
প্ৰসংগ সংগতি দর্শাই ব্যাখ্যা কৰা – ‘বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি’।
বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।