Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বিজ্ঞাপনৰ প্ৰকাৰসমূহ লিখা।

বিজ্ঞাপনৰ বিভিন্ন প্ৰকাৰসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) চৰকাৰী বিজ্ঞাপন

(ii) বেচৰকাৰী বিজ্ঞাপন

(iii) পণ্য় সামগ্ৰীৰ বিজ্ঞাপন

(iv) অনুষ্ঠানগত বিজ্ঞাপন

(v) ৰাষ্ট্ৰীয় বিজ্ঞাপন

(vi) আঞ্চলিক বিজ্ঞাপন

(vii) খুচুৰা বিজ্ঞাপন

(viii) বৃত্তিগত বিজ্ঞাপন

(ix) শ্ৰেণীবদ্ধ বিজ্ঞাপন

Write Your Answer