Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বিজ্ঞাপন প্ৰস্তুতিৰ প্ৰধান দিশসমূহ কি কি?

বিজ্ঞাপন প্ৰস্তুতিৰ প্ৰধান দিশসমূহ তলত উল্লেখ কৰা হ'ল 一

(i) বিজ্ঞাপন যথাসম্ভৱ চুটি হোৱা বাঞ্ছনীয়। দীঘল বিজ্ঞাপন পঢ়াৰ আগ্ৰহ বেছি সংখ্য়ক লোকৰে নাথাকে।

(ii) উৎপাদিত সামগ্ৰী বা সেৱাৰ যোগাত্মক দিশবোৰ সংক্ষিপ্ত ৰূপত উল্লেখ কৰিব লাগে।

(iii) সকলোৱে বুজি পোৱা ভাষা ব্য়ৱহাৰ কৰিব লাগে।

Write Your Answer