Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বিজ্ঞাপন মানে কি?

কোনো সামগ্ৰী, সেৱা আদিৰ চাহিদা বৃদ্ধিৰ বাবে জনসাধাৰণৰ মাজত তাৰ প্ৰচাৰৰ বাবে আকৰ্ষণীয়ভাৱে প্ৰস্তুত কৰা পৰিচয়সূচক জাননীক সহজ অৰ্থত বিজ্ঞাপন বুলি কোৱা হয়।

Write Your Answer