Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে ?

'বনকুঁৱৰী’ কবিতাটিৰ লগত অসমৰ সহজ সৰল গাঁৱলীয়া সমাজে বিশ্বাস কৰা জলকুৱঁৰী, গৃহলক্ষ্মী আদিৰ দৰে বনৰ দেৱী বনকুঁৱৰীৰ জনবিশ্বাস জড়িত হৈ আছে ৷

Write Your Answer