Add Book Write Article
Cancel

বনকুঁৱৰী

By uf9b861367c on 2 weeks ago
প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটোৰ নাম কি ?
বেজবৰুৱাই 'প্ৰতিমা' সম্পৰ্কে কি মন্তব্য কৰিছিল ?
'জোনাকী' আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ?
'প্ৰতিমাৰ খনিকৰ’ বুলি কাক কোৱা হয় ?
চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ প্ৰধান বিষয়বস্তু কি ?
চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা ৷
'জোনাকী' যুগৰ ত্ৰিমূৰ্তি বুলি ক’লে কাক কাক বুজোৱা হয় ?
'বনকুঁৱৰী’ কবিতাটিৰ লগত কেনেকুৱা জনবিশ্বাস জড়িত হৈ আছে ?
অসমীয়া ৰোমাণ্টিক কবিসকলে তেওঁলোকৰ কবিতাৰ সমল ক’ৰপৰা গ্ৰহণ কৰিছে ?
হাবিৰ মাজত মৰমৰ ধ্বনি কোনে তুলিছিল ?
'বনকুঁৱৰী’ কবিতাটিৰ মূলভাৱ লিখা ৷
'বনকুঁৱৰী’ কবিতাটিত প্ৰকৃতিৰ ৰূপৰ বৰ্ণনা কিদৰে কৰিছে নিজৰ ভাষাত লিখা ৷
'বনকুঁৱৰী’ কবিতাটিত কবিয়ে কিদৰে অতিপ্ৰাকৃত পৰিৱেশৰ সৃষ্টি কৰিছে বুজাই লিখা ৷
চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি প্ৰতিভা সম্পৰ্কে আলোচনা কৰা ৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা : অথিৰ বায়ুৰ শিয়ঁৰিল নোম, উছলাইছে গৈ জান কাৰণ নেদেখা আনন্দৰ ঢৌৱে বুৰালে প্ৰাণীৰ প্ৰাণ৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা : মুকলি চুলিৰে নাম গাই ঘূৰি চাপৰি টুক্ টুক্ টুক্ । ৰূপহীৰ মেল দেৱযোনি খেল মানুহে নেদেখা মুখ ।