Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

" বোপাই মোৰ লুইত ঐ! সামৰি লোৱা মোক" - বুলি কোনে কিয় কৈছে?

উক্ত কথাষাৰৰ বক্ত্বা ধনবৰ ৷ তেওঁৰ প্ৰেমিকা ৰতনীৰ বিৰহ সহিব নোৱাৰি জীয়াই থাকিবলৈ অনিচ্ছা প্ৰকাশ কৰি ব্ৰহ্মপুত্ৰৰ পাৰত বিলাপ কৰিছে ৷

Write Your Answer