Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বিপৰীতার্থক শব্দ লিখাঃ নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।

নতুন 一 পুৰণি

ক্ষুদ্ৰ 一 ডাঙৰ

সফল 一 বিফল

কৰ্মহীন 一 কৰ্মস্থ

এলেহুৱা 一 পৰিশ্ৰমী

সহজ 一 টান

সপোন 一 দিঠক

সুবিধা 一 অসুবিধা

আৰম্ভ 一 শেষ

জন্ম 一 মৃত্য়ু

সমান 一 অসমান

Write Your Answer