Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বিপৰীত শব্দ লিখাঃ- গৌৰৱ; আলােক; স্বাধীনতা; পৰাজিত; সপােন; মৰণ।

গৌৰৱ - কালিমা

আলোক - আন্ধাৰ

স্বাধীনতা - পৰাধীনতা

পৰাজিত - বিজয়ী

সপোন - দিঠক

মৰণ - জনম

Write Your Answer