Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ- স্বর্ণপুৰী; মুক্তগীত; অনিৰুদ্ধ; নিষ্কর্মা।

স্বৰ্ণপুৰীঃ- স্বৰ্ণৰ পুৰী (ষষ্ঠী তৎপুৰুষ সমাস)

মুক্তগীতঃ- মুক্ত যি গীত (কৰ্মধাৰয় সমাস)

অনিৰুদ্ধঃ- ৰুদ্ধ নহয় যি গতি (বহুব্ৰীহি সমাস)

নিষ্কৰ্মাঃ- কৰ্ম নাই যাৰ (বহুব্ৰীহি সমাস)

Write Your Answer