Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বিশ্বখনিকৰ

অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?
মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?
'বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?
‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?
মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?
মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।.
কবিয়ে ঈশ্বৰক কিয় 'বিশ্বখনিকৰ' বুলি অভিহিত কৰিছে?
সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা ।
মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।
কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?
‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
'সকলোতে আছে তেওঁ কিন্তু নেদেখে কেও ওৰণিৰে মুখ ঢাকি থাকে ওচৰত ।’-এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা ।
‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাবটি লিখা ।
‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।
প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা : তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।