বিশ্বৰ কিছুমান বৃহৎ ভাষা হ'ল-
১/ চীনা (মেণ্ডেৰিন): প্ৰায় ১১ বিলিয়ন ভাষী।
২/ স্পেনিছ ভাষা : প্ৰায় ৫ বিলিয়ন ভাষী।
৩/ ইংৰাজী: প্ৰায় ৪ বিলিয়ন ভাষী।
৪/ হিন্দীঃ প্ৰায় ৩.৫ বিলিয়ন ভাষী।
৫/ আৰ বি : প্ৰায় ৩ বিলিয়ন বক্তা।
বাংলাঃ প্ৰায় ২.৫ বিলিয়ন ভাষী।
পৰ্তুগীজ : প্ৰায় ২.৫ বিলিয়ন ভাষী।
এই ভাষাসমূহ বিশ্বৰ বিভিন্ন প্ৰান্তত ব্যাপকভাৱে প্ৰচলিত আৰু সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ।