Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

বসন্ত ৰোগৰ বিজ্ঞানসম্মত কাৰণ আধুনিক চিকিৎসা বিজ্ঞানী সকলে প্ৰমাণ কৰি উলিয়াই যে ই অতি ক্ষুদ্ৰ ভাইৰাছ বা বিজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। এনে ভাইৰাছৰ পৰা শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বিজ্ঞানে ছিটা আৱিষ্কাৰ কৰি উলিয়াইছে।

Write Your Answer