Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?

বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানী সকলে কোন বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ পিছত তথ্যবোৰ সুন্দৰকৈ সজাই লৈ এইটো এনে এটা বস্তু বা এইটো এনে পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্প, এটা ধাৰণা কৰি লয়।তাৰ পাছত নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্রমাণ কৰিহে গ্ৰহণ কৰে।

Write Your Answer