Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বৰগীতৰ তিনিটা লক্ষণ উল্লেখ কৰা।

বৰগীতৰ তিনিটা লক্ষণ হল-

  1. শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।
  2. বৰগীতৰ ভাষা ব্ৰজাৱলী।
  3. বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।

Write Your Answer