Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য উল্লেখ কৰা।

বৰগীতৰ দুটা প্ৰধান বৈশিষ্ট্য হল -

  1. শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত গীতসমূহেই হল বৰগীত।

  2. বৰগীতৰ ভাষা ব্ৰজাৱলী।

  3. বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ- তালযুক্ত গীত।

Write Your Answer