Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
বৰগীত (উঠ ৰে উঠ বাপু গোপাল হে)
By uf9b861367c on 2 weeks ago
মাধৱদেৱৰ জন্ম ক’ত হৈছিল ?
শংকৰদেৱ আৰু মাধৱদেৱৰ প্রথম সাক্ষাতক কি বুলি অভিহিত কৰা হয় ?
কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ বুলি কোৱা হয় ?
মাধৱদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল ?
'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটো কি ৰাগত বন্ধা ?
বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা ।
ড॰ বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় ‘Noble numbers’ বুলি কৈছে?
মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি ?
'সব পুৰুষৰ শিৰৰ ভূষণ’ বুলি কোনে, কাক, কিয় কৈছে ?
‘সিদ্ধ মুনিগণে চিন্তিয়া নপাৱে সো হৰি যশোৱা কোলে।’-সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্রৰূপে পালে বুজাই লিখা ।
মাধৱদেৱৰ 'উঠৰে উঠ বাপু গোপাল হে’ বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।
বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্রকাশিত হৈছে বুজাই লিখা
বৰগীতটোৰ মাজেৰে শ্রী কৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ।
বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্রকাশ কিদৰে ঘটিছে আলোচনা কৰা ।
প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ত্রিজগত পতি ভকতি মিলিল মূৰুখ মাধৱে বোলে ।