Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বৰগীত কাক বোলে ? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি ? ভাগসমূহ উল্লেখ কৰা ।

বৰগীতবোৰ উচ্চস্তৰৰ মার্গ সংগীত। অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ শ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত বুলি কোৱা হয়। বৰগীতৰ বিষয়বস্তুক ছয় ভাগত ভগাব পাৰি । সেইবোৰ হ’ল- (ক) লীলা (খ) বিৰহ (গ) বিৰক্তি (গ) পৰমাৰ্থ (ঙ) চোৰ (চ) চাতুৰি।

Write Your Answer