Add Book Write Article
Cancel

বৰগীত কাক বোলে?

By uf9b861367c on 1 week ago
April 6, 2025, 10:33 a.m.

শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা সৃষ্ট শাস্ত্ৰীয় ৰাগ-তালযুক্ত, চৈধ্য় প্ৰসংগত উপযোগী, বিষয়বস্তুৰ সংযমত, ব্ৰজাৱলী ভাষাত ৰচিত গীতসমূহকে বৰগীত বুলি কোৱা হয়।