Add Book Write Article
Cancel

বৰগীত: জয় জয় যাদৱ জলনিধিজা

By uf9b861367c on 2 weeks ago
শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা পুথিখনৰ নাম কি?
শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
বৰগীতবোৰ কি ভাষাত ৰচিত?
শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?
' শ্ৰুতমাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰদ্বাৰা কাৰ কথা কোৱা হৈছে?
বৰগীতটিত উল্লেখ থকা দুজন অসুৰৰ নাম লিখা৷
বৰগীতটিত ভগৱান শ্ৰীকৃষ্ণক কিয় 'মহদানন্দ কন্দ' বুলি কোৱা হৈছে?
শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?
শংকৰদেৱৰ " জয় জয় যাদৱ জলনিধিজা " বৰগীতটিৰ মূলভাব লিখা ৷
বৰগীতটোৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মংগলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা ৷
বৰগীতটিৰ শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অৱয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা ৷
বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰাঃ ক) জগজনজীৱন অজন জনাৰ্দন দনুজদমন দুখহাৰী৷ মহানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী ৷