Add Book Write Article
Cancel

ব্ৰজাৱলী ভাষা কাক বোলে ?

By uf9b861367c on 2 weeks ago
April 5, 2025, 9:45 a.m.

ব্ৰজাৱলী ভাষা হ'ল- শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ প্ৰমুখ্যে বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এটা ধৰ্মীয় ভাষা।