Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

বাৰ্নাৰ্ড ব্লখ আৰু ট্ৰেগাৰৰ ভাষা সম্পৰ্কীয় সংজ্ঞাটো লিখা?

বাৰ্নাৰ্ড ব্লখ আৰু ট্ৰেগাৰৰ মতে, "ভাষা হ'ল বাক্-ধ্বনি প্ৰতীকৰ এটা পদ্ধতি যাৰ সহায়ত এটা জন-সমষ্টিয়ে সহযোগ কৰে"।

Write Your Answer