ভাষা-শিক্ষাৰ কৌশল কেইটা হ'ল 一
(i) শ্ৰৱণঃ- সেই ভাষাত কোৱা কথা বুজাৰ দক্ষতা
(ii) কথনঃ- শুদ্ধ উচ্চাৰণ (ধ্বনি, সুৰ, শ্বাসাঘাতসহ) ভাব-বিনিময় কৰিব পৰা।
(iii) পঠনঃ- সেই ভাষাত পঢ়িব পৰা আৰু অৰ্থ বুজি পোৱা।
(iv) লিখনঃ- সেই ভাষাত লিখি নিজৰ মনোভাব প্ৰকাশ কৰিব।