Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?

ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে স্ব-উপার্জিত ধন, সম্পদ কেনেকৈ সমানে বিতৰণ কৰিব, ভোগ কৰিব আৰু কি ভাৱে বিতৰণ তথা দান কৰিব লাগে সেই কথা সূচাইছে।

Write Your Answer