Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভাৰতীয় আদৰ্শত বৈৰাগী

ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা ?
ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
কর্ম কৰা কৌশলক ভগৱদ্‌গীতাত কি যোগ বুলি কৈছে?
তীর্থনাথ শৰ্মাৰ কাব্যগ্রন্থখনৰ নাম কি?
তৈত্তিৰীয় উপনিষদৰ প্রথম উপদেশ কি?
ভাৰতীয় আদর্শত বৈৰাগ্য পাঠটিত ‘সংবিভাজ্য’ শব্দটিয়ে কি সূচাইছে?
'শ্ৰদ্ধয়া দেয়ম্’ ‘অশ্রদ্ধয়া অদেয়ম্’ মানে কি?
প্রকৃত ত্যাগ মানে কি বুজা?
ঈশোপনিষদত ‘ভূঞ্জীথাঃ’ মানে কি বুজাইছে?
‘অতিথি দেৱো ভৱ’ মানে কি?
তীর্থনাথ শৰ্মা দেৱৰ জন্ম কিমান চনত হৈছিল?
তীর্থনাথ শৰ্মা কোন কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?
তীর্থনাথ শর্মাৰ দুখন আলোচনা গ্ৰন্থৰ নাম লিখা।
ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
বেদ কেইখন আৰু কি কি?
ভগৱদ্‌গীতাৰ মূল বাণী কি?
চাৰি আশ্ৰম কি কি?
'ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ'-কথাষাৰ বহলাই লিখা।
চাৰি আশ্ৰম বুলিলে কি বুজা?
বৈৰাগ্য মানে কি? ভাৰতীয় আদর্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা কৈছে?
গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল ?
‘ভাৰতীয় আদর্শত বৈৰাগ্য’ পাঠটিৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা।