Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে?

ভাৰতীয় ভৌগোলিক জীৱন বিচিত্ৰময়। এফালে শুকান মৰুভূমি, আনফালে মৌচুমীৰ তাণ্ডৱ নৃত্য। এফালে পৰ্বতমালাৰ উচ্চ শিখৰ, আনফালে যোজন ব্যপ্ত সমতল ভূমি। প্ৰাকৃতিক দৃশ্যাৱলীৰ পাৰ্থক্য জলবায়ুৰ পাৰ্থক্য, জীৱনৰ গতি ধাৰাৰ বৈচিত্ৰ্য ইত্যাদি সৃষ্টিয়েই ভাৰতীয় জীৱন।

Write Your Answer