Kenekoi.com
জানিব খোজাৰ নতুন ঠিকনা
ভাৰতীয় সংস্কৃতি
হেম বৰুৱাদেৱ অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল?
হেম বৰুৱাদেৱৰ এখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা।
হেম বৰুৱাদেৱৰ কেতিয়া মৃত্যু হৈছিল?
"ভাৰতীয় সংস্কৃতি" পাঠটোৰ লিখক কোন?
ইংৰাজ ৰোমাণ্টিক কবি কীট্ছৰ সম্পূৰ্ণ নাম কি?
ভাৰতীয় সংস্কৃতিৰ মূল আদৰ্শ কি?
সংস্কৃতি অৰ্থ কি?
হিন্দুৰ শ্ৰাদ্ধ বিধি কোন যুগৰ অৱদান?
অজন্তাৰ ছবিবোৰে ভাৰতীয় সংস্কৃতিৰ কোন যুগৰ কথা সোঁৱৰাই দিয়ে?
কোন গৰাকী মোগল সম্ৰাটৰ আমোলত চিত্ৰ শিল্পৰ নতুন ধাৰা পোন প্ৰথমে ভাৰতত প্ৰৱেশ কৰে?
"ফ্ৰম ভল্গা টু গংগা" নামৰ কিতাপখনৰ লেখক কোন?
ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?
শিৱ আৰ্য নে অনাৰ্য দেৱতা?
কামাখ্যা দেৱী আগতে কোন গোষ্ঠীৰ দেৱী আছিল?
উত্তৰ ভাৰতৰ ভাস্কৰ্যত কি ৰেখাৰ প্ৰাদুৰ্ভাৱ সৰহ?
নামঘোষা কোনে ৰচনা কৰিছিল?
কীৰ্তন পুথিখনৰ লেখকজনৰ নাম কি?
সভ্যতা কি?
ভাৰতীয় ভৌগোলিক জীৱন কেনেদৰে বিচিত্ৰময় ৰূপত প্ৰকাশ পাইছে?
আৰ্টত কি কি বিপৰীত পন্থাই প্ৰকাশ লাভ কৰে? অথবা - “সাধাৰণতে সকলো আৰ্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।" ইয়াত উল্লেখ কৰা বিপৰীত পন্থা দুটাৰ বিষয়ে লিখা।
পণ্ডিত ৰাহুল সংস্কৃত্যায়নে কোনখন গ্ৰন্থৰ বাবে "সাহিত্য একাডেমী বঁটা" লাভ কৰিছিল?
« First
Previous
1
2