Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভাৰতৰ ভাস্কর্য শিল্পৰ ক্ষেত্ৰত কি কি মূর্তি নির্মাণ কৰা হৈছিল?

প্রাচীন কালৰে পৰা ভাস্কর্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে। গৌতম বুদ্ধ, মহাবীৰ হিন্দুধর্মীয় বিভিন্ন দেৱ – দেৱী , যক্ষ – যক্ষিণী , অপেশ্বৰী , বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ – জন্তুৰ মূর্তি আদি।

Write Your Answer