Add Book Write Article
Cancel

ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।

By u255f5c61b2 on 1 week ago
April 9, 2025, 10:22 a.m.

ক) নাগৰ শৈলীঃ- উত্তৰ ভাৰতত এই ধৰণৰ মন্দিৰ নিৰ্মাণ শৈলী পোৱা যায়। এই শৈলীত নিৰ্মিত উত্তৰ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ হৈ থাকে।

(খ) দ্ৰাবিড় শৈলীঃ- এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰসমূহ দক্ষিণ ভাৰতত পোৱা যায়। দক্ষিণ ভাৰতৰ মন্দিৰসমূহৰ ওপৰৰ অংশ (বিমান) আয়তাকাৰৰে ওপৰলৈ ক্ৰমে সৰু হৈ যায়।

(গ) ৱেচ শৈলীঃ- এই ধৰণৰ নিৰ্মাণ কাৰ্য থকা মন্দিৰ বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগৰ অঞ্চলত পোৱা যায়। ৱেচ শৈলীৰ মন্দিৰবিলাকত নাগৰ আৰু দ্ৰাবিড় শৈলীৰ মিশ্ৰণ দেখা যায়।