Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?

ভৱানন্দ দত্তৰ 'ৰাজপথ’ কবিতাটোৰ জৰিয়তে আধুনিকতাই সৃষ্টি কৰা অৱক্ষয়ৰ ৰূপ প্ৰকাশ পাইছে য’ত ধনীবোৰ ৰং ৰহইছত উত্ৰাৱল আৰু দুখীয়াবোৰ শোষিত, অৱহেলিত, লাঞ্ছিত, গৃহহীন অৱস্থাত চিঞৰি থাকে ৷

Write Your Answer