Add Book Write Article
Cancel

মুকলি মন মানে কি?

By uf9b861367c on 2 weeks ago
April 4, 2025, 2:42 p.m.

আঁকোৰ-গোজ হৈ পুৰণা কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা,নতুন সিদ্ধান্ত গ্রহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজক উন্নতিৰ জখলাৰে আগুৱাই লৈ যায়।এইয়াই হৈছে মুকলি মনৰ কথা অর্থাৎ এইয়াই হৈছে মুকলি মন।