'মধুমতী'ৰ গীত', 'জয়ধন-বানিয়াৰ গীত', 'শান্তি বৰমাহী', 'ৰাম বৰমাৰী', 'কন্য বৰমাহী' আদি গীতবোৰ বডো জনগোষ্ঠীৰ পৌৰাণিক মালিতাৰ নিদৰ্শন। এই গীতসমূহে বডো লোকসকলৰ ঐতিহ্য, সংস্কৃতি, বিশ্বাসৰ প্ৰতিফলন ঘটায়। বিশেষকৈ এই গীতবোৰ প্ৰায়ে পৌৰাণিক কাহিনী, ধৰ্মীয় আচাৰ-ব্যৱহাৰ, সামাজিক পৰম্পৰাৰ বিষয়ে।