Add Book Write Article
Cancel

মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য কি ?

By uf9b861367c on 2 weeks ago
April 4, 2025, 2:59 p.m.

মাধৱদেৱৰ বৰগীতৰ প্রধান বৈশিষ্ট্য হৈছে বাৎসল্য ভাবৰ প্রকাশ। বৎস মানে হ'ল শিশু। ভগবান শ্ৰীকৃষ্ণৰ শিশু কালৰ নানান ক্ৰিয়া-কলাপৰ মনোমুগ্ধকৰ বৰ্ণনা মাধৱদেৱৰ বৰগীতত পোৱা যায় বাবেই তেওঁৰ বৰগীত সমূহক বাৎসল্য ভাব প্ৰধান বুলি কোৱা হয়।