Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?

মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে চাৰিটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু সেইকেইটা হ’ল- পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা, যুক্তিনিষ্ঠতা ৷

Write Your Answer