Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।.

মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল -

(i) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত আধ্যাত্মিক তত্ত্বৰ প্ৰকাশ পোৱা দেখা যায়।

(ii)তেখেতৰ কবিতাৰ ভাষা সহজ সৰল আৰু ঘৰুৱা লগতে কবিতাৰ ছন্দোৰীতি সুকীয়া।

Write Your Answer