Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
মিলন
By uf9b861367c on 2 weeks ago
নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?
'জাগৃতি’ কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?
'মিলন’ কবিতাটিত কবিয়ে ‘তোমাৰ' বুলি কাক বুজাইছে?
নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।
কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দর্শন দিয়ে ?
কবিয়ে ‘আছা মোৰ নিজান কোণত’ বুলি কাৰ কথা বুজাইছে?
কোনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি ?
ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
নলিনীবালা দেৱীৰ জন্ম কেতিয়া হৈছিল?
নলিনীবালা দেৱীৰ পিতৃৰ নাম কি আছিল?
নলিনীবালা দেৱীয়ে কেতিয়া পদ্মশ্ৰী সন্মান লাভ কৰিছিল?
নলিনীবালা দেৱীয়ে কেতিয়া ইহলীলা সম্বৰণ কৰে?
'মিলন' কবিতাটি কবিৰ কোনখন কাব্যগ্ৰন্থৰ পৰা তুলি অনা হৈছে?
নলিনীবালা দেৱীৰ কবিতাসমুহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্রকাশ পাইছে, তোমাৰ পাঠতিৰ আধাৰত আলোচনা কৰা।
'মিলন’ কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।
কবিয়ে তেওঁৰ পৰম আৰাধ্যজনক ক’ত কেনেকৈ নিতে দেখা পায় বুলি কৈছে, চমুকৈ লিখা ।
কবিয়ে ‘তোমাৰ লগত মোৰ অনন্ত মিলন’ বুলি কি বুজাইছে ব্যাখ্যা কৰা ।
'মিলন’ কবিতাটিৰ মাজেৰে কবিৰ আধ্যাত্মিক অনুভূতি কেনেদৰে প্রকাশ পাইছে, চমুকৈ আলোচনা কৰা।