Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

মূল্যবোধ শিক্ষাঃ ড° দুলুমণি গোস্বামী

ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল?
প্ৰথম অৱস্থাত 'মূল্য' শব্দটো কি উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছিল?
নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ "ম’ৰেল"(moral) শব্দটোৰ উৎপত্তি কোন ভাষাৰ পৰা হৈছে?
মহৰ্ষি টলষ্টয়ৰ মতে মূল্যবোধ কি?
ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা শিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে?
আদৰ্শবাদী দাৰ্শনিকৰ মতে মূল্যবোধ কেইটা আৰু কি কি?
ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰিছে আৰু কি কি?
প্ৰকৃততে মূল্যবোধক কি দৃষ্টিকোণৰ পৰা বিচাৰ কৰা হয়?
সহজ অৰ্থত মূল্যবোধ মানে কি?
মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে কেইটা আচৰণৰ কথা চিনাক্ত কৰিছে আৰু কি কি?
আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে আধ্যাত্মিক মূল্যবোধ মানে কি ? বুজাই লিখা ৷
নন্দনতাত্বিক মূল্যবোধে কি কি বিষয় সামৰি লয় চমুকৈ আলোচনা কৰা ৷
চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
নৈতিক মূল্যবোধৰ ধাৰণাই কি কি কথা সামৰি লয় আলোচনা কৰা ৷
মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ৷
"মূল্যবোধ শিক্ষা" পাঠটিৰ লেখক কোন?
ভাৰতবৰ্ষত মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি কিয় কোৱা হৈছে?
সৌন্দৰ্যবোধ সম্পৰ্কে দাৰ্শনিক প্লেটোৱে আগবঢ়োৱা তত্ত্বটো কি?
যুক্তিনিষ্ঠতা, পৰোপকাৰিতা, দায়িত্ববোধ, নৈতিক স্বতন্ত্ৰতা সম্পৰ্কে চমুকৈ বুজাই লিখা ৷
"ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদ" এ উল্লেখ কৰা ১০ টা মূল্যবোধ কি কি?