Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

মূল্যবোধ সম্পৰ্কে তোমাৰ কি ধাৰণা তাক চমুকৈ ব্যক্ত কৰা ৷

মূল্যবোধ বুলিলে আমি এক উচ্চ আদৰ্শাত্মক জীৱন প্ৰণালীক বুজোঁ যি জীৱন প্ৰণালীয়ে সামাজিক ন্যায়, সহযোগিতা, পৰোপকাৰ, অহিংসা, সমতা, সততা আদি গুণবোৰ বজাই ৰাখি শান্তিপূৰ্ণ জীৱন-যাপন কৰিবলৈ শিকায় ৷ মানুহৰ জীৱনৰ কিছুমান নীতি, যিবোৰ মানুহৰ দৈহিক, মানসিক উন্নতি তথা সমাজ কল্যাণৰ বাবে হিতৰ বাবে সমাজত প্ৰচলিত ধৰ্মীয় বিশ্বাস, জীৱন দৰ্শন, নৈতিক আদৰ্শ, ৰাজনৈতিক আদৰ্শ, আচাৰ-ব্যৱহাৰ আদি সকলোবোৰ মূল্যবোধে সামৰি লয় ৷

Write Your Answer