Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা।

মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে অহিংসা পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা, সমাৰোহ আৰু পিকেটিং আদিৰ মাধ্যমেৰে অংশগ্ৰহণ কৰিছিল। আন্দোলন চলাকালত, কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পিছত, অসমত জনসাধাৰণে চৰকাৰী ঘৰ-দুৱাৰ আক্ৰমণ কৰাৰ লগতে ৰেলপথ আৰু সামৰিক বাহিনীৰ অস্ত্র-শস্ত্ৰ সৰবৰাহৰ পথসমূহ ধ্বংস কৰি দিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত চৰকাৰী বিষয়াবোৰক হাৰাশাস্তি কৰা হৈছিল।

এইদৰে, অসমৰ মানুহে বিভিন্ন প্ৰতিক্ৰিয়াৰ মাধ্যমে আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল।

Write Your Answer