Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

মহাৰথী কাক বোলে?

যি একে দশ সহস্ৰ ধানুকীক যুঝৱৈ তাক মহাৰথী বোলে। (অৰ্থাৎ যিয়ে একেলগে দহ হাজাৰ ধনুধাৰৰ সৈতে যুদ্ধ কৰিব পাৰে তাকে মহাৰথী বোলে)।

Write Your Answer