Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

'মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা 'মাজিউ’ আৰু 'জ্ঞান’ কোন আছিল?

'মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা 'মাজিউ’ আছিল কবি আৰু বিখ্যাত চাহ খেতিয়ক সদাগৰ চন্দ্ৰকুমাৰ আগৰৱালা আৰু 'জ্ঞান’ আছিল আৰ্ল ল কলেজৰ প্ৰিন্সিপাল জে. বৰুৱা বেৰিষ্টাৰ এট্-লৰ ৷

Write Your Answer