যতি চিনবোৰ হ'ল 一
কমা 一 ,
ছেমিক'ল'ন 一 ;
প্ৰশ্নবোধক 一 ?
ভাৱবোধক 一 !
দাৰি 一 ।
উদ্ধৃতি 一 ".................."
ক'ল'ন 一 ঃ
ডেছ 一
হাইফেন 一 ー
বৰ্জন 一 ........
বন্ধনী 一 ( ) চন্দ্ৰ বন্ধনী
{ } কুটিল বন্ধনী [ ] বৰ বন্ধনী
তাৰকা 一 ✽
ফুলষ্টপ 一 .
বিকল্প 一 /