Kenekoi.com
New
Articles
Login
Add Book
Write Article
Cancel
লাচিত ফুকন
By uf9b861367c on 2 weeks ago
দেৱকান্ত বৰুৱা অসমীয়া কাব্য জগতত কি কবি হিচাপে জনাজাত?
দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্যপুথিখনৰ নাম কি?
দেৱকান্ত বৰুৱাৰ কোনটো কবিতাত প্ৰথমে আধুনিকতাৰ প্ৰতিধ্বনি শুনা যায়?
"দেশৰ বাতৰি শুনিবানে বীৰ" - ইয়াত বীৰ বুলি কাৰ কথা কোৱা হৈছে?
"নৰ শোণিতেৰে কৰিলা আৰতি দেশৰ জয়শ্ৰীৰ" - জয়শ্ৰী মানে কি?
দেৱকান্ত বৰুৱাৰ কবিতাত কোন গৰাকী ইংৰাজ কবিৰ কবিতাৰ প্ৰভাৱ দেখা যায়? সেই ইংৰাজ কবি গৰাকীৰ কাব্যিক শৈলীক কি শৈলী বুলি কোৱা হয়?
ইব্ৰাহিম কোন আছিল? তেওঁ কি বীৰত্ব প্ৰদৰ্শন কৰিছিল?
'অসমৰ এই কাম্যভূমিত চৰিছে গাধৰ পাল’ -ইয়াত গাধৰ পাল বুলি কবিয়ে কাক বুজাইছে?
'হে অসমৰ ত্যাগৰ মূৰ্তি!মাতুল-ঘাতক-নবী’- ইয়াত কাক কিয় মাতুল ঘাতক নবী বুলি কোৱা হৈছে?
দেশ জননীৰ পূজাৰ কেনে আয়োজন দেখি 'মুক্তি পলাল’ বুলি কবিয়ে কৈছে?
'লাচিত ফুকন' কবিতাটিত কেনেধৰণৰ চিন্তা কৰ্মই সমাজ ব্যৱস্থা সোলোক-ঢোলোক কৰিছে বুলি কোৱা হৈছে ?
'লাচিত ফুকন' কবিতাটিত কবিয়ে কেনেধৰণৰ দেশপ্ৰেমক ভুৱা দেশপ্ৰেম বুলি কৈছে?
'লাচিত ফুকন’ কবিতাটোত কবিয়ে 'দেশৰ বাতৰি শুনিবানে বীৰ’ বুলি কৈ কি কি বাতৰি দিছে?
'লাচিত ফুকন' কবিতাটিৰ মাজেৰে কবিৰ স্বদেশপ্ৰেম কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা ৷
প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ৷ "বক্তৃতা দি আকাশ কঁপাই,চিঞৰত টেটু ফালি, বাঁহৰ কামীত চূণ সানি লৈ ধৰোঁ আমি ৰণছালি ৷"