Kenekoi Logo

Kenekoi.com

জানিব খোজাৰ নতুন ঠিকনা

শংকৰদেৱকালীন সাহিত্য

মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ কেতিয়া হয়?
বাণীকান্ত কাকতিয়ে বৰগীতসমূহক কি বুলি অভিহিত কৰিছিল?
মহাপুৰুষ শংকৰদেৱৰ প্ৰধান শিষ্য় কোন?
বৰগীতৰ অৰ্থ কি?
মহাপুৰুষ মাধৱদেৱৰ প্ৰথম ৰচনা কি?
মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা গীতসমূহক কি বুলি কোৱা হয়?
বৰ্তমান শংকৰদেৱৰ বৰগীত কিমানটা পোৱা যায়?
অসমত নৱ বৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোঁতা আৰু পথ-প্ৰদৰ্শক কোন?
বৰগীত কাক বোলে?
শংকৰদেৱে তীৰ্থভ্ৰমণত বদৰিকালৈ যাঁওতে ৰচনা কৰা প্ৰথম বৰগীতটোৰ নাম কি?
মাধৱদেৱৰ জন্ম কিমান চনত হৈছিল?
মাধৱদেৱৰ পিতৃ আৰু মাতৃ নাম কি আছিল?
শংকৰ মাধৱৰ মিলনক কি বুলি জনা যায়?
সেই সময়ত মাধৱদেৱৰ বয়স কিমান আছিল?
মাধৱদেৱৰ কীৰ্তিস্তম্ভ কি?
বৰগীতৰ বৈশিষ্ট্য় সমূহ উল্লেখ কৰা?
মহাপুৰুষ শংকৰদেৱে শংকৰী সাহিত্য়লৈ দি যোৱা অৱদান সম্পৰ্কে এটি আলোচনা দাঙি ধৰা?
বৈষ্ণৱ সাহিত্য়ৰ শ্ৰেণী বিভাগ আৰু সাধাৰণ বিশেষত্বৰ বিষয়ে এটি প্ৰৱন্ধ যুগুত কৰা?
বৈষ্ণৱ যুগৰ সাহিত্য়ৰ সাধাৰণ লক্ষণসমূহৰ বিষয়ে আলোচনা কৰা?
মহাপুৰুষ শংকৰদেৱৰ বৰগীতত ভক্তিৰস সম্পৰ্কে আলোচনা কৰা?